Maharathi-A School of Academic and Career Success

মহাৰথী —জীৱনৰ অসংখ্য বাধাকো নেওচি গভীৰ প্ৰতিকূলতাৰ মাজতো যিয়ে নিজৰ দৃঢ় সংকল্প, আত্মবিশ্বাস আৰু কৃচ্ছ্ৰসাধনাৰ বলত শ্ৰেষ্ঠত্বৰ শীৰ্ষস্থানত উপনীত হ’বলৈ সক্ষম হয় , তেৱেঁই হ’ল মহাৰথী । অৰ্থাৎ আমি প্ৰত্যেকেই আধুনিক যুগৰ মহাৰথী অৰ্জুন হ’ব লাগিব ।

সূৰ্যৰ পোহৰৰ দৰে এই কথা সত্য যে প্ৰচুৰ সম্ভাৱনা আৰু প্ৰতিভা থকাৰ পিছতো সঠিক পথ নিৰ্দেশনা আৰু সঠিক জ্ঞানৰ অভাৱত বহু ছাত্ৰ-ছাত্ৰীয়ে জীৱনৰ গুৰুত্বপূৰ্ণ সময়ত পথভ্ৰষ্ট হ’ব লগা হয় । সেইবাবে আমি এনে এক অনুষ্ঠান আৰম্ভ কৰিছোঁ, যাৰ জৰিয়তে আমি শদিয়াৰ অন্ততঃ ২০০ জন ছাত্ৰ-ছাত্ৰীক এনেকৈ আগুৱাই লৈ যাম —যাতে তেওঁলোকে পাঠ্যক্ৰমৰ প্ৰতিটো বিষয়ত মহাৰথী হোৱাৰ লগতে নিজৰ প্ৰতিভা আৰু অন্যান্য সম্ভাৱনাকো বিকাশ ঘটাই মহাৰথী হোৱাৰ মহা সাধনাত ব্ৰতী হ’ব পাৰে ।

  1. Comprehensive Class for Mathematics
  2. Comprehensive Class for English Grammar and Text Book
  3. Comprehensive Class for Science
  4. Comprehensive Class for Social Science

Career Related Programs

  1. Exploring all available Career Options
  2. Choosing rigth career option
  3. Goal Setting
  4. Roadmap to achieve the goal

Skill Related Programs

  1. Computer Education (MS Office/Data Entry/Computer Operation)
  2. Communication Skill
  3. Public Speaking
  4. Website Designing
  5. Video Editing
  6. Photoshop /Graphic Designing
  7. Personal Finance

*Govt Exam Preparation (ADRE/SSC/APSC/TET etc)

* Personal MBA ( Learn Business with real stories)

** Opportunity to meet and learn SUCCESSFUL PERSON ( Ministers/Officers/Businessmen/Social Workers )

ওপৰৰ সমগ্ৰ সুবিধা তথা সেৱাসমূহ নিৰন্তৰ লাভ কৰিব আমাৰ এই অভূতপূৰ্ব অনুষ্ঠানৰ জৰিয়তে । আমি এই অনুষ্ঠান মুকলি কৰিছোঁ বিশেষকৈ ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে , কাৰণ সৰুৰে পৰাই এজন ছাত্ৰ-ছাত্ৰীক সঠিক পথ-নিৰ্দেশনাৰ প্ৰয়োজন হয় । তথাপিও দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব । তলত আমি এই অনুষ্ঠানৰ বাবে আপোনাৰ পৰা বিচৰা অনুদান সমূহ উল্লেখ কৰিলোঁ —–

ClassContributionDuration
VI30000/-6 Years+
VII25000/-5 Years +
VIII20000 /-4 Years +
IX15000/-2 Years+
X10000/-1 Year+

Scroll to Top